গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত কেইটা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই?

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৭টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। বিজেপিয়ে ৭টা ৱাৰ্ড এৰি দিছে অগপক। ১,১১,১২,১৩,১৪,৩৩,৫৯ নম্বৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। ইয়াৰে পশ্চিম গুৱাহাটীৰ ৫টা ৱাৰ্ড আৰু পূব গুৱাহাটীৰ ১টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই।

দিছপুৰৰ ৫৯ নং ৱাৰ্ড অগপক এৰি দিছে বিজেপিয়ে। আসনক ভাগ বাটোৱাৰ কৈ ইতিমধ্যে BJP-AGPৰ মাজত অনুষ্ঠিত হৈছে বৈঠক। দলৰ কোনো ক্ষতি নহয়, আমাৰ লক্ষ্য মিত্ৰজোঁটৰ সৈতে সকলো আসন দখল কৰা। এই মন্তব্য বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...