১৫ লাখ টকাৰ চিগাৰেট জব্দ, দুজনক জেৰা আৰক্ষীৰ

যোৰাবাট আৰক্ষীৰ সফল অভিযান। গোপন সূত্ৰৰ পম খেদি মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী AS 01AH 4634 নম্বৰৰ ৱেগনাৰ গাড়ীৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ইণ্ডোনেছিয়া আৰু কোৰিয়ান চিগাৰেট। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এই চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় দহৰ পৰা পোন্ধৰ লাখ টকা। বৰ্তমান আৰক্ষীয়ে দুজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...