অসমৰ কৃষকৰ বাবে সুখবৰ

অসমীয়া কৃষকৰ বাবে সুখবৰ। এতিয়া অসমীয়া কৃষকৰ উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাৰ চলিছে যো যা। এ বি এম এগ্ৰো ইণ্ডাষ্ট্ৰী এণ্ড ৰিচাৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটি প্ৰতিষ্ঠানে কৃষকৰ উৎপাদিত সামগ্ৰী ডুবাই, চৌদি আৰব, কুৱেইট, কাটাৰ, ওমানলৈ ৰপ্তানি কৰাৰ বাবে আগবাঢ়ি আহিছে। প্ৰতিষ্ঠাটিয়ে অসমত উৎপাদিত ৩৮ বিধ সামগ্ৰী ৰপ্তানি কৰিব। সকলোতকৈ প্ৰাধান্য পোৱা সামগ্ৰীৰ ভিতৰত অৰ্গেনিক চাহপাত, বাচমতি চাউল আৰু জহা চাউল থাকিব বুলি। আজি এখন সংবাদমেলত ঘোষণা কৰে প্ৰতিষ্ঠানটিৰ কৰ্মকৰ্তাসকলে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...