এদিন পিছুৱালে অমিত শ্বাহৰ অসম ভ্ৰমণ

0 2,024

এদিন পিছুৱালে অমিত শ্বাহৰ অসম ভ্ৰমণ। ১৪ মাৰ্চৰ পৰিৱৰ্তে ১৫ মাৰ্চত অসমলৈ আহিব শ্বাহ।
হোজাই আৰু বটদ্ৰৱালৈ যাব অমিত শ্বাহ। বটদ্ৰৱা থানত শ্বাহে মুকলি কৰিব নৱনিৰ্মিত প্ৰকল্প।
হোজাইত বিশাল জনসভা সম্বোধন কৰিব শ্বাহে। ১৪ মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বৰপেটা আৰু কোকৰাঝাৰত জনসভা সম্বোধন কৰিব ৰাজনাথ সিঙে। বৰপেটা সত্ৰও দৰ্শন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.