অগ্নিগৰ্ভা মণিপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

অগ্নিগৰ্ভা মণিপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত সোমবাৰে সন্ধিয়া উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু ৰাজ্যপাল অনুসূয়া উইকেৰ স’তে বৈঠকত মিলিত হয়। ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ উদ্দেশ্যে গৃহমন্ত্ৰী শ্বাহে আন একাংশ সংগঠনৰ সৈতেও বৈঠকত ভাগ লয়।

অগ্নিগৰ্ভা মণিপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

শান্তি ঘূৰাই অনাৰ লক্ষেৰে ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰে শ্বাহৰ বৈঠক

সামাজিক সংগঠনৰ স’তেও বৈঠকত বহিল গৃহমন্ত্ৰী শ্বাহ

মেইটি-কুকিৰ প্ৰতিনিধিৰেও বৈঠকত মিলিত হ’ব শ্বাহ

পুনৰ হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয় ৰাজ্যখনত

কাকচিং জিলাৰ ছেৰু, ছুগুনু গাঁৱত কুকি উগ্ৰপন্থীৰ আক্ৰমণ

দুৰ্বৃত্তই জ্বলাই দিলে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ

নিৰাপত্তাৰক্ষীৰ ওপৰতো আক্ৰমণ চলায় সশস্ত্ৰ দুৰ্বৃত্তই

বিভিন্ন ঠাইত অভিযান চলাই জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

ছেৰু অঞ্চলৰ পৰা স্থানান্তৰ কমেও ৩ হেজাৰ লোকক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...