আৰম্ভ হ’ল AIৰ ৰাজত্ব… চলিত বর্ষত আমেৰিকাত অনেকেই হেৰুৱাব কর্মসংস্থাপন

চলিত বর্ষটোত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ দপদপনি চলিব। AIৰ বাবে চলিত বর্ষটোত বহু লোকে কর্মসংস্থান হেৰুওৱাৰ আংশকা প্রবল হৈ পৰিছে। আমেৰিকাত এমাজন, বোয়িং আৰু স্পিৰিট এয়াৰলাইঞ্চৰ দৰে প্রধান কোম্পানীসমূহে কৰ্মচাৰীক ছাটাই কৰাৰ কথা ঘোষণা কৰিছে। ২০২৫ বৰ্ষটো উক্ত ছাটাই প্রক্রিয়া অব্যাহত থাকিব। এক প্রতিবেদন অনুসৰি ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক কালৰ পৰাই আমেৰিকাত কৰ্মসংস্থানৰ প্ৰতি ভাবুকি সৃষ্টি হ’বলৈ ধৰিছে। ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষত বিমান আৰু বিভিন্ন উদ্যোগ ছাটাই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। প্রতিবেদনৰ তথ্য মতে ২০২৪ বৰ্ষ নৱেম্বৰ মাহত ৫৭,৭২৭ জন লোকক ছাটাই কৰা হৈছে। অক্টোবৰ মাহৰ তুলনাত এয়া হৈছে ৩.৮ শতাংশ বৃদ্ধি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...