আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাৰ তিনিচুকীয়াৰ জেৰাইস্থিত বাসগৃহৰ পৰা হঠাৎ প্ৰত্যাহাৰ কৰা হৈছে নিৰাপত্তৰক্ষী। মঙলবাৰে সন্ধিয়া বৰুৱাৰ বাসগৃহত কৰ্তব্যৰত অৱস্থাত থকা চাৰিওজন নিৰাপত্তাৰক্ষীকে ডিব্ৰুগড় হেডকোৱাৰ্টাৰলৈ যোৱাৰ নিৰ্দেশ দিয়া হয়। মন কৰিবলগীয়া তাৰ ঠিক এদিন পূৰ্বে পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত সংঘটিত হৈছিল ড্ৰোন আক্ৰমণৰ ঘটনা। আৰু তাৰ কিছুদিন পূৰ্বে তিনিচুকীয়াৰ জেৰাইস্থিত বাসগৃহও অজ্ঞাত লোকে প্ৰেৰণ কৰা ড্ৰোনে নিশা পোহৰাই ৰাখিছিল। নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰে হোৱা আলফাৰ শেহতীয়া শান্তি চুক্তিৰ পিছত এই ৰহস্যঘন ধাৰাবাহিক ঘটনাই কি সূচাইছে?
ৰহস্যঘন সময়…কি হৈছে?
পৰেশ বৰুৱাক লৈ কিবা গুণাগঁঠা চলিছে নেকি?
অসমবাসীয়ে নভবা কিবা ঘটি যাব পাৰে নেকি?
হঠাৎ আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণ
হঠাৎ কিয় নিশা ড্ৰোনেৰে পোহৰাই ৰখা হ’ল ঘৰ?
হঠাৎ কিয় প্ৰত্যাহাৰ হ’ল বৰুৱাৰ ঘৰৰ নিৰাপত্তাৰক্ষী?
ৰাজ্যৰ বহু অসমীয়াৰ মনত বিগত ২৪ ঘন্টাত দোলা দি গৈছে এই প্ৰশ্নবোৰে। সমগ্ৰ ঘটনাক্ৰমৰ সময় আৰু প্ৰকাৰ অতি ৰহস্যঘন। বিগত ২৯ ডিচেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা আলফাৰ আনুষ্ঠানিক শান্তি চুক্তিৰ পিছতে ধাৰাবাহিকভাবে চাপত ৰাখিব খোজা হৈছে নেকি আলফা স্বাধীনক? নে পৰেশ বৰুৱাক লৈ কিবা ভয়ানক ব্লু-প্ৰিন্ট ৰচিছে গৃহ মন্ত্ৰালয়ে?
কথাবোৰ অস্পষ্ট। চৰকাৰে আনুষ্ঠানিকভাবে কোনো কথা সদৰি কৰা নাই। আলফা স্বাধীনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা হোৱা নাই। বিপৰীতে আলফা চুক্তিৰ সময়ত পৰেশ বৰুৱাৰ সৈতেও আলোচনাৰ বাতাবৰণ সৃষ্টিৰহে পোষকতা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মঙলবাৰে হঠাৎ পৰেশ বৰুৱাৰ তিনিচুকীয়াৰ জেৰাইস্থিত বাসগৃহৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল নিৰাপত্তাৰক্ষী। ৩ জন জোৱানক গৃহৰক্ষা আৰু এজন জোৱানক দেহৰক্ষী হিচাপে ২০০০ চনৰ পৰাই নিযুক্তি দিয়া হৈছিল পৰেশ বৰুৱাৰ বাসগৃহত। মঙলবাৰে সন্ধিয়া চাৰিওকে ডিব্ৰুগড় হেডকোৱাৰ্টাৰত ৰিপ’ৰ্ট কৰিবলৈ নিৰ্দেশ দিয়ে শীৰ্ষ আৰক্ষীয়ে। মনকৰিবলগীয়া যে ১৯৯৪ চনত গুপ্তঘাতকে হত্যা কৰিছিল পৰেশ বৰুৱাৰ ভাতৃক। ২০০০ চনত তেওঁলোকৰ ঘৰত গুলীবৰ্ষণ হৈছিল। নিৰাপত্তাৰক্ষী থাকোঁতেও ২০০১ চনত পুনৰ হৈছিল আক্ৰমণ।
কিছুদিন পূৰ্বে অজ্ঞাত লোকে প্ৰেৰণ কৰা ড্ৰোনে পোহৰাই তুলিছিল পৰেশ বৰুৱাৰ জেৰাইৰ বাসগৃহ। বৰুৱাৰ ভাই বোৱাৰীয়েকৰ মতে ঘৰৰ কাৰোবাৰ কিবা হ’লে দায়ী হ’ব বিজেপি চৰকাৰ।
সোমবাৰে বিয়লি পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত হৈছিল ড্ৰোন আক্ৰমণৰ চাঞ্চল্যকৰ ঘটনা। NKTVৰ হাতত ড্ৰোন আক্ৰমণৰ পিছৰ আলফা (স্বাঃ) শিবিৰৰ দৃশ্য। এয়া শিবিৰৰ বিস্ফোৰণস্থলীৰ এক্সক্লুছিভ ফটো। আলফা (স্বাঃ)ৰ মতে সেই ঘটনাত আহত হৈছিল দুজন কেডাৰ। কিন্তু নিৰাপত্তা বাহিনীৰ এক সূত্ৰ অনুসৰি আক্ৰমণত ২ জন কেডাৰ নিহত হৈছিল। আহত হৈছিল ৯ জনকৈ কেডাৰ। কিন্তু বিষয়টোক লৈ আৰক্ষী, সেনা কোনো পক্ষই মুখ খুলিব খোজা নাই। ম্যানমাৰ শিবিৰত আক্ৰমণ, ঘৰৰ পৰা গৃহৰক্ষী আৰু দেহৰক্ষী প্ৰত্যাহাৰ আৰু ঘৰৰ ওপৰত অজ্ঞাত ড্ৰোনৰ উৰণ। কথাবোৰ যেন দেখি থকাৰ দৰে নহয়। কাৰণ শেহতীয়াকৈ আলফাৰে হোৱা চুক্তিৰ বিপৰীতে চুক্তিৰ পূৰ্বে উজনিৰ সেনা ছাউনীত আলফা (স্বাঃ)ৰ আক্ৰমণ, DGP জিপি সিঙৰে পৰেশ বৰুৱাৰ মুকলি বাকযুদ্ধ ইত্যাদি কথাৰে পৰেশ বৰুৱাৰ সৈতে জটিল হৈছে চৰকাৰৰ সম্পৰ্ক। এই জটিল সম্পৰ্ক আৰু সময়ৰ সন্ধিক্ষণে কি ৰূপ ধাৰণ কৰিব সেয়া সময়েহে ক’ব।
Dear nktv.in webmaster, You always provide in-depth analysis and understanding.
Dear nktv.in administrator, Your posts are always a great read.
Hello there! Do you know if they make any plugins to help with SEO?
I’m trying to get my blog to rank for some targeted keywords but I’m not seeing very good results.
If you know of any please share. Thank you! You can read similar article here: Eco wool
Hi nktv.in webmaster, Keep up the great work!
To the nktv.in webmaster, Your posts are always informative and well-explained.
Dear nktv.in webmaster, Your posts are always well-referenced and credible.
Hi nktv.in owner, Your posts are always informative and up-to-date.
To the nktv.in webmaster, Your posts are always informative and well-explained.
Hello nktv.in administrator, Your posts are always well researched and well written.
Hi nktv.in webmaster, Thanks for the well-researched post!
Dear nktv.in admin, Great post!
Dear nktv.in administrator, You always provide helpful diagrams and illustrations.
To the nktv.in owner, Your posts are always well-referenced and credible.
Hi nktv.in administrator, Your posts are always well-balanced and objective.
Hello nktv.in administrator, You always provide great examples and real-world applications.
To the nktv.in webmaster, Your posts are always well written.
Hi nktv.in owner, Your posts are always well written.
Hello nktv.in admin, Your posts are always insightful and valuable.
Hello nktv.in owner, Your posts are always well structured and easy to follow.
Hello nktv.in owner, Thanks for the well-researched and well-written post!
I?¦ve learn a few excellent stuff here. Certainly worth bookmarking for revisiting. I surprise how a lot effort you set to create any such wonderful informative website.
After research a number of of the weblog posts in your website now, and I really like your means of blogging. I bookmarked it to my bookmark website listing and might be checking again soon. Pls take a look at my website online as nicely and let me know what you think.
amei este site. Pra saber mais detalhes acesse o site e descubra mais. Todas as informações contidas são informações relevantes e únicos. Tudo que você precisa saber está está lá.
Some genuinely nice and utilitarian information on this internet site, besides I believe the design contains fantastic features.
Hi my friend! I wish to say that this article is awesome, nice written and include approximately all important infos. I’d like to see more posts like this.
You could certainly see your enthusiasm in the work you write. The arena hopes for even more passionate writers like you who are not afraid to mention how they believe. All the time go after your heart. “Until you’ve lost your reputation, you never realize what a burden it was.” by Margaret Mitchell.
Your place is valueble for me. Thanks!…
Its like you learn my thoughts! You appear to grasp a lot about this, such as you wrote the e book in it or something. I feel that you can do with a few to force the message house a little bit, but other than that, that is magnificent blog. An excellent read. I will certainly be back.
Sweet web site, super style and design, rattling clean and utilize pleasant.
whoah this weblog is wonderful i like studying your posts. Stay up the good paintings! You already know, many individuals are looking around for this information, you could help them greatly.
I was reading through some of your content on this website and I think this web site is really instructive! Keep posting.
hello there and thanks on your info – I have certainly picked up something new from proper here. I did on the other hand experience several technical issues the usage of this web site, since I experienced to reload the site lots of occasions prior to I may just get it to load correctly. I had been puzzling over if your web host is OK? Not that I am complaining, however slow loading instances instances will often impact your placement in google and could damage your high quality ranking if ads and ***********|advertising|advertising|advertising and *********** with Adwords. Well I’m including this RSS to my email and can look out for a lot extra of your respective interesting content. Ensure that you replace this again very soon..