শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় সন্মান গ্ৰহণ কৰি কি ক’লে অভিনেতা সূৰ্যই?

দক্ষিণৰ অভিনয় জগতৰ এক চিনাকী নাম সূৰ্য। শুকুৰবাৰে অভিনেতা সূৰ্যই গ্ৰহণ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় সন্মান। বঁটা গ্ৰহণ কৰি অভিনেতাজনে কয়-এই বঁটা মোৰ বাবে বিৰাট ডাঙৰ সন্মান। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বাচনি কৰা বিচাৰক আৰু ভাৰত চৰকাৰৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। মনত বহু আৱেগে দোলা দি আছে। বহু মানুহক ধন্যবাদ দিবলগীয়া আছে…শিহৰিত হৈ পৰিছোঁ। সঁচাকৈয়ে এয়া এক এনে মুহূৰ্ত যাক মই কেতিয়াও পাহৰিব নোৱাৰো”। উল্লেখ্য যে, ছোৰাৰাই পট্ৰু চলচ্চিত্ৰখনত কৰা অনবদ্য অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে জনপ্ৰিয় অভিনেতাজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...