দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে ই-ৰিক্সাক, মৃত্যুৰে যুঁজ ২ আহত যাত্ৰীৰ

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ট্ৰাকৰ দৌৰাত্ম্য। দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে ই-ৰিক্সাক। ট্ৰাক আৰু ই-ৰিক্সাৰ মাজত সংঘটিত সংঘৰ্ষত গুৰুতৰভাবে আহত ই-ৰিক্সাৰ দুই আৰোহী। কামপুৰৰ কুঁৱৰী আটিত ভয়ংকৰ পথ দুৰ্ঘটনা। কামপুৰ-ৰহা পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ AS N 7741। ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ জব্দ কৰে গাড়ী দুখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...