ভুল দিশেৰে যোৱা বলেৰ’ৰ খুন্দাত ভাঙি চূৰমাৰ ই-ৰিক্সা, থিতাতে নিহত মহিলা

৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ই-ৰিক্সা আৰু ব’লেৰৰ মাজত সংঘৰ্ষ। ৰঙিয়াৰ ভাতকুছিত শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত চৰিফা বেগম নামৰ এগৰাকী মহিলা।

ভুল দিশেৰে যোৱা বলেৰ’ৰ খুন্দাত ভাঙি চূৰমাৰ ই-ৰিক্সা। ঘগ্ৰাপাৰ অভিমুখে গৈ আছিল ই–ৰিক্সাখন। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি জব্দ কৰিছে বলেৰ’ বাহনখন।

গুৰুতৰভাবে আহত ই-ৰিক্সাখনৰ চালকৰ লগতে আন আৰোহীকেইজক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত চিলনী চোৰৰ ত্ৰাস

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত চিলনী চোৰৰ ত্ৰাস। মহিলাৰ বেগৰ পৰা...

দুজন মানুহৰ জীৱনৰ মূল্য ২০ হাজাৰ টকা!

কেৱল ধন-সম্পত্তিৰ মোহত বন্দী একাংশৰ বাবে যেন নোহোৱা হৈছে...

মহাবিদ্যালয় চৌহদতে ছাত্ৰীয়ে শেষ কৰিলে জীৱন, গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। কলেজতে নিজকে শেষ কৰি দিলে এগৰাকী...

মঙলবাৰে মহানগৰীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ হ’ব ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া

মঙলবাৰে মহানগৰীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ হ'ব ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া।...