কইনা থৈ উভতি যোৱাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা

গোলাঘাটৰ মৰঙিৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ শলমাৰি গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

AS 05 J 7888 নম্বৰৰ এখন আই 20 বাহন আৰু AS 05 AC 4672 নম্বৰৰ বালি কঢ়িওৱা ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। গুৰুতৰভাৱে আহত ৬জনৰো অধিক লোক। আহতসকলৰ ৩জনৰ অৱস্থা অতি সংকটজনক।

আহতসকলক ততাতৈয়াকৈ স্থানীয় লোকৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আই 20 বাহনখন বিবাহযাত্ৰীৰ আছিল।

কমাৰগাঁৱত কইনা থৈ উভতি যোৱাৰ সময়তে অঘটন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে যান-জঁট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...