ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে ই-ৰিক্সা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল কমল ডেকা আৰু দুলাল নাথ নামৰ দুজন লোক। পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত দুয়োকে হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আধা বাটতেই মৃত্যু হয় দুয়োৰে। দুয়োজনে ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় এই দুৰ্ঘটনা৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01NC 2747

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ৪.৯ প্ৰাবল্যৰ ভূমিকম্পই...