দ্ৰুতবেগী আল্ট্ৰা বাছে মহতিয়াই নিলে শিশু-মহিলাক, থিতাতে নিহত দুজন

পুনৰ আন এক শোকাৱহ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ঘটিল দুগৰাকী লোকৰ।

জাগীৰোডৰ ধৰমতুল শান্তিপুৰত শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী আল্ট্ৰা বাছে মহতিয়াই নিয়ে শিশু আৰু মহিলাক।

নিহত ২৩ বছৰীয়া জানমণি দাস আৰু ৩ বছৰীয়া মণ্টুমণি দাস। দুৰ্ঘটনাগ্ৰস্ত আল্ট্ৰা বাছখনৰ নম্বৰ AS-01NC-2408

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...