মেট্ৰিক পৰীক্ষা দি ঘৰলৈ যোৱাই নহ’ল

চাৰিদুৱাৰত পথ দুৰ্ঘটনাত মেট্ৰিক পৰীক্ষাৰ্থীৰ মৃত্যু। অসম–অৰুণাচল সীমান্তৰ শালবাৰীত এই দুৰ্ঘটনা। পৰীক্ষা দি ঘৰলৈ উভতাৰ পথতে এই ঘটনা। চেলেঙিমাৰী পৰীক্ষাকেন্দ্ৰৰ পৰা ভালুকপুঙৰ ঘৰলৈ গৈছিল বাইকেৰে। অচিনাক্ত বাহনৰ খুন্দাত নিহত টেনজিং গয়াৰী নামৰ ছাত্ৰজন। দুৰ্ঘটনাত ৰিণ্ডা বসুমতাৰী আৰু ৰিংচা নাৰ্জাৰী নামৰ দুগৰাকী ছাত্ৰ আহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...