আৰক্ষীৰ নিযুক্তি পৰীক্ষাত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰাৰ দাবী

অসমৰ শিক্ষা ব্যৱস্থাত ৪ ভাষাৰ অন্তৰ্ভুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই। ইয়াৰ ফলত ৰাজ্যৰ শিক্ষাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব বুলি অভিযোগ কৰিছে ছাত্ৰ সংগঠনটোৱে। এক সংবাদমেলযোগে এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে কয় যে বড়ো ভাষাক অন্তৰ্ভুক্ত নকৰাত পিজি টেটত বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে অৱতীৰ্ণ হ’ব নোৱাৰিব।

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাতো বড়ো মাধ্যমক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে। ন্যায়িক সেৱাৰ পৰীক্ষাতো অসমীয়াৰ লগতে বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিবলৈ এবছুৱে দাবী জনায়।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...

আহি আছে ভাৰতৰ ৰবটিক জোৱান

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট...