যোৰহাটত আছু নেতাক নৃশংস হত্যা

0 77
  • যোৰহাট চহৰৰ মাজমজিয়াত জঘন্য ঘটনা
  • যোৰহাটত ছাত্ৰ নেতাক নৃশংস হত্যা
  • ৫০জন লোকে আক্ৰমণ কৰিছিল ৩ যুৱকক
  • প্ৰহাৰত মৃত্যু ছাত্ৰনেতা অনিমেষ ভূঞাৰ
  • নিহত অনিমেষ ভূঞাৰ ঘৰ গোলাঘাটৰ খকন্দগুৰিত
  • যোৰহাটৰ নিৰ্মল চাৰিআলিৰ ওচৰত সংঘটিত এই ঘটনা
  • সাংবাদিক মৃদুস্মন্ত বৰুৱা, আছুৰ প্ৰণয় দত্তও আছিল
  • এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত এই ঘটনা
  • এদল উন্মত্ত লোকে তিনিওকে আক্ৰমণ কৰে
  • গুৰুতৰভাৱে আহত তিনিওকে JMCHলৈ প্ৰেৰণ কৰা হয়
  • হাস্পতালত মৃত ঘোষণা কৰে অনিমেষ ভূঞাক
  • গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ
  • দুৰ্ঘটনাটো মুঠেই গুৰুতৰ নাছিল বুলি জানিব পৰা গৈছে
  • সামান্য আঘাত পাইছিল এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে
  • লোকজনক শুশ্ৰূষাৰ চেষ্টা আছু কৰ্মী-সাংবাদিকৰ দলটোৰ
  • সেই সময়তে উন্মত্ত এদল লোকৰ দলবদ্ধ আক্ৰমণ তিনিওকে
Leave A Reply

Your email address will not be published.