‘আপ’ৰ নেতা অৰবিন্দ কেজৰিৱালৰ গাড়ীত আক্ৰমণ

‘আপ’ৰ নেতা অৰবিন্দ কেজৰিৱালৰ গাড়ীত আক্ৰমণ। সমদলত ভাগ লোৱাৰ সময়তে কেজৰিৱালৰ গাড়ীলৈ নিক্ষেপ শিল। নতুন দিল্লী সমষ্টিত প্ৰচাৰ চলোৱাৰ সময়ত এই ঘটনা। দলীয় সহকৰ্মীৰ স’তে গাড়ীৰে প্ৰচাৰত ভাগ লৈছিল কেজৰিৱালে। শিল নিক্ষেপৰ ঘটনাত বিজেপি কৰ্মী জড়িত থকাৰ অভিযোগ ‘আপ’ৰ। বিজেপি প্ৰাৰ্থী পাৰভেজ বাৰ্মাৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ ‘আপ’ৰ। ‘আপ’ৰ নেতাই আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰাৰ পিছতে প্ৰতিক্ৰিয়া বিজেপিৰ। কেজৰিৱালৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ পাৰভেজ বাৰ্মাৰ প্ৰতি-অভিযোগ ‘আপ’লৈ। কেজৰিৱালৰ গাড়ীয়ে দুজন লোকক খুন্দিওৱাৰ অভিযোগ বিজেপি নেতাজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...