ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত প্ৰায় ৩০জনকৈ লোক

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল উত্তৰাখণ্ড। দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰীৰ বাছ। দুৰ্ঘটনাত নিহত হৈছে প্ৰায় ৩০ বৰযাত্ৰী। আহত কেইবাজনকো ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ২০০ ফুট দ’ খাৱৈত পৰে বিবাহযাত্ৰী বাছখন। শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ পৌৰিত সংঘটিত হৈছে এই দুৰ্ঘটনা। হৰিদ্বাৰৰ লালদঙৰ পৰা পৌৰিলৈ গৈ আছিল বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ৪০–৫০ গৰাকী বৰযাত্ৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...