বলেৰ’ বাহনে প্ৰায় ৪০০ মিটাৰ পৰ্যন্ত চোঁচৰাই নিলে পাচলি ব্যৱসায়ীক

মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে পাচলি ব্যৱসায়ীয়ে। বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এই দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু তৈয়বুদ্দিন আহমেদ নামৰ পাচলি ব্যৱসায়ীজনৰ। কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথতে পিছফালৰপৰা খুন্দিয়াইছিল বলেৰ’খনে। প্ৰায় ৪০০ মিটাৰমান চোঁচৰাই লৈ গৈছিল তৈয়বুদ্দিনক। প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ হৈছিল মৃতদেহ। ঘটনা সংঘটিত কৰিয়েই বাহনসহ চালকে কৰিছিল পলায়ন। এতিয়াও আটক কৰিব পৰা দুৰ্ঘটনা সংঘটিত কৰা চালকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...