ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত প্ৰায় ৩০জনকৈ লোক

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল উত্তৰাখণ্ড। দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰীৰ বাছ। দুৰ্ঘটনাত নিহত হৈছে প্ৰায় ৩০ বৰযাত্ৰী। আহত কেইবাজনকো ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ২০০ ফুট দ’ খাৱৈত পৰে বিবাহযাত্ৰী বাছখন। শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ পৌৰিত সংঘটিত হৈছে এই দুৰ্ঘটনা। হৰিদ্বাৰৰ লালদঙৰ পৰা পৌৰিলৈ গৈ আছিল বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল ৪০–৫০ গৰাকী বৰযাত্ৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...