মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি আৰক্ষীৰ জালত নলবাৰীৰ যুৱতী

গুৱাহাটী, ২২ জুলাই, NKTV: বুধবাৰে নলবাৰী আৰক্ষীয়ে এগৰাকী ছোৱালীক আটক কৰে। ছোৱালীগৰাকীয়ে হোৱাটছএপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত এগৰাকী ছোৱালীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছোৱালীগৰাকীৰ নাম পাকিজা বেগম বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ছোৱালীজনীয়ে হোৱাটছএপত মুখ্যমন্ত্ৰীকলৈ গো মাংস আগবঢ়োৱাৰ কথা লিখিছিল। পাকিজা বেগমে নিজৰ হোৱাটছএপ ষ্টেটাচত এই কথা খিনি আপডেট কৰিছিল। তাৰ পিছতেই বুধবাৰে পুৱা এই হোৱাটছএপ ষ্টেটাচটো ভাইৰেল পৰে। বুধবাৰে দুপৰীয়া পাকিজাক নলবাৰীৰ কুমাৰকুচি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে এই বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...