মৰিগাঁৱত গ্ৰেপ্তাৰ এজন বাংলাদেশী

মৰিগাঁৱত গ্ৰেপ্তাৰ এজন বাংলাদেশী। নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ মকবুল হুছেইন। ২০২১ৰ ৩১ আগষ্টত মকবুল হুছেইনক ঘোষণা কৰিছিল বাংলাদেশী ৰূপে। বিদেশী ন্যায়াধীকৰণৰ ঘোষণাৰ পিছতে পলাতক আছিল মকবুল হুছেইন। মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মকবুলক প্ৰেৰণ কৰিছে ডিটেনশ্যন কেম্পলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...