নগাঁৱৰ ধাকাইপট্টিত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী

অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটিল। নগাঁৱৰ ধাকাইপট্টিত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী। দীৰ্ঘদিনে অঞ্চলটোত বিচৰণ কৰি আছিল নাহৰফুটুকীটোৱে। CCTVৰ দৃশ্য প্ৰত্যক্ষৰ পিছতে হুৱা-দুৱা লাগিছিল অঞ্চলটোত । বাঘৰ পদচিহ্নও প্ৰত্যক্ষ কৰিছিল বন বিভাগে। অৱশেষত ট্ৰেংকুলাইজ কৰা হয় বিচৰণ কৰি থকা নাহৰফুটুকীটোক। ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰা হৈছে বাঘটোক। ইয়াৰ পিছতেই এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলবাসীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...