লাই শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শীতৰ বতৰত এবিধ সহজলভ্য শাক হৈছে লাইশাক

বহুতে ভাজি বা চাটনি কৰি লাই শাক খাই ভাল পায়

জানেনে লাই শাকৰো আছে বহু উপকাৰী গুণ?

লাই শাক খালে কৃমি নাশ হয়

লাই শাকে আমাৰ ভোক বঢ়ায়

কফ হৈ থকা ৰোগীয়ে লাইশাক খালে সুফল পোৱা যায়

ছালৰ বাবেও উপকাৰী এই লাই শাক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...

প্ৰতি ৯০ দিনৰ মূৰে মূৰে এখন দেশৰ ওপৰত কূটনৈতিক নিয়ন্ত্ৰণ, ১২টা ডাঙৰ সিদ্ধান্ত… ট্ৰাম্পৰ এবছৰৰ কাৰ্যকলাপ

২০২৫ চনৰ ২০ জানুৱাৰীত ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ...