হিন্দু মহিলাৰে মুছলমানৰ দ্বিতীয় বিবাহ অবৈধ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূর্ণ ৰায়। এগৰাকী মহিলাই দাখিল কৰা এখন লেখ আবেদনৰ শুনানিৰ ক্ষেত্রত বিশেষ বিবাহ আইনৰ ধাৰাৰ পর্যালোচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে কোনো ইছলামধর্মী লোকে যদি এগৰাকী হিন্দু মহিলাক দ্বিতীয় বিবাহ কৰায়, তেন্তে সেই বিবাহ অবৈধ হ’ব। আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে বিশেষ বিবাহ আইন–১৯৫৪ অনুসৰি কোনো ইছলামধর্মী লোকে যদি হিন্দু মহিলাক দ্বিতীয় বিয়া কৰায়, তেন্তে সেই বিবাহ অবৈধ হ’ব আৰু স্বামীৰ মৃত্যুৰ পাছত পাবলগীয়া পেন্সনকে ধৰি আন সা–সুবিধাৰ পৰাও দ্বিতীয় পত্নী বঞ্চিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...