মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা পূৰ্ণগতিত চলিব : মুখ্যমন্ত্ৰী

নিমাতীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  • স্পীডবোটত উঠি ঘটনাস্থলী পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ
  • উদ্ধাৰ অভিযান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
  • দুৰ্ঘটনা সন্দৰ্ভত ফৌজদাৰী গোচৰ ৰুজুৰ নিৰ্দেশ যোৰহাট আৰক্ষীক
  • মাজুলীত তাৎক্ষণিকভাৱে ছিংগল ইঞ্জিন নাও বন্ধৰ নিৰ্দেশ
  • ছিংগল ইঞ্জিন নাৱক ডাবল ইঞ্জিন কৰিবলৈ চৰকাৰে ১০ লাখ টকাকৈ দিব
  • নাৱত কাম কৰা লোকসকলৰ শাৰীৰিক সক্ষমতা পৰীক্ষা হ’ব
  • চৰকাৰী ফেৰীৰ সময়সূচী সুনিৰ্দিষ্ট কৰা হ’ব
  • ‘মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা পূৰ্ণগতিত চলিব’
  • ‘দলংখন সম্পূৰ্ণ হওঁতে ৪ বছৰ লাগিব’
  • ‘দলংখনৰ কাম-কাজ নিৰীক্ষণৰ বাবে গঠন কৰা হ’ব মন্ত্ৰী গোট’
  • ‘পৰিমিতা দাসৰ পৰিয়াললৈ চৰকাৰে সকলো সহায়-সাহায্য আগ বঢ়াব’
  • সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
  • ৪ বছৰ পূৰ্বে কোনো কাৰণতে সম্পূৰ্ণ নহয় নিমাতী-কমলাবাৰী দলং
  • স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই
  • ‘নাও-ফেৰীত যাত্ৰী উঠোৱা ব্যৱস্থাপনাত বিসংগতি’
  • ৰাইজে দিয়া সকলো পৰামৰ্শ ৰূপায়ণ কৰা হ’ব: মুখ্যমন্ত্ৰী

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

পঞ্জাৱৰ অমৃতসৰত এক গোপনীয় গুপ্তচৰবৃত্তি বিৰোধী অভিযানত পঞ্জাৱ আৰক্ষীয়ে...

দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...