নিমাতীঘাট ফেৰী দূৰ্ঘটনা : জিৰণি চ’ৰাতে পৰি ৰৈছে লাইফ জেকেট

নিমাতীঘাটত লাইফ জেকেটৰ অভাৱত খৰস্ৰোতা লুইতত জাঁপ দিবলৈ বাধ্য হৈছিল যাত্ৰী। ইয়াৰ বিপৰীতে নিমাতীঘাটতে দ’মে দ’মে পৰি আছে লাইফ জেকেট। যাত্ৰীৰ ব্যৱহাৰৰ বাবে নহয়, জিৰণি চ’ৰাত অব্যৱহৃত হৈ পৰি ৰৈছে শ শ লাইফ জেকেট। আভ্যন্তৰীণ জলসম্পদ বিভাগে ইঞ্জিনচালিত নাওসমূহত ব্যৱহাৰৰ বাবে বিশ্ব বেংকৰ ধন খৰচ কৰি প্ৰায় ৪০ কোটি টকাৰ লাইফ জেকেট ক্ৰয় কৰিছে। কিন্তু যাত্ৰীৰ ব্যৱহাৰৰ বাবে নাই লাইফ জেকেট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...