মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা পূৰ্ণগতিত চলিব : মুখ্যমন্ত্ৰী

নিমাতীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  • স্পীডবোটত উঠি ঘটনাস্থলী পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ
  • উদ্ধাৰ অভিযান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
  • দুৰ্ঘটনা সন্দৰ্ভত ফৌজদাৰী গোচৰ ৰুজুৰ নিৰ্দেশ যোৰহাট আৰক্ষীক
  • মাজুলীত তাৎক্ষণিকভাৱে ছিংগল ইঞ্জিন নাও বন্ধৰ নিৰ্দেশ
  • ছিংগল ইঞ্জিন নাৱক ডাবল ইঞ্জিন কৰিবলৈ চৰকাৰে ১০ লাখ টকাকৈ দিব
  • নাৱত কাম কৰা লোকসকলৰ শাৰীৰিক সক্ষমতা পৰীক্ষা হ’ব
  • চৰকাৰী ফেৰীৰ সময়সূচী সুনিৰ্দিষ্ট কৰা হ’ব
  • ‘মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা পূৰ্ণগতিত চলিব’
  • ‘দলংখন সম্পূৰ্ণ হওঁতে ৪ বছৰ লাগিব’
  • ‘দলংখনৰ কাম-কাজ নিৰীক্ষণৰ বাবে গঠন কৰা হ’ব মন্ত্ৰী গোট’
  • ‘পৰিমিতা দাসৰ পৰিয়াললৈ চৰকাৰে সকলো সহায়-সাহায্য আগ বঢ়াব’
  • সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
  • ৪ বছৰ পূৰ্বে কোনো কাৰণতে সম্পূৰ্ণ নহয় নিমাতী-কমলাবাৰী দলং
  • স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই
  • ‘নাও-ফেৰীত যাত্ৰী উঠোৱা ব্যৱস্থাপনাত বিসংগতি’
  • ৰাইজে দিয়া সকলো পৰামৰ্শ ৰূপায়ণ কৰা হ’ব: মুখ্যমন্ত্ৰী
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...