৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন; সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পথত সৰ্বানন্দ সোণোৱাল

৪ অক্টোবৰত অসমত ৰাজ্যসভাৰ উপ-নিৰ্বাচন

  • এখন আসনৰ বাবে অসমত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন
  • বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছতে খালী হৈছিল আসনখন
  • ২০২৬ চনৰ ৯ এপ্ৰিললৈ কাৰ্যকাল আছিল বিশ্বজিৎ দৈমাৰীৰ
  • চলিত বৰ্ষৰ ১০ মে’ত সাংসদ পদত্যাগ কৰিছিল দৈমাৰীয়ে
  • ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন ২৭ ছেপ্টেম্বৰ
  • ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে সৰ্বানন্দ সোণোৱাল
  • ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পদত্যাগ কৰিব মাজুলীৰ বিধায়ক পদৰ পৰা
  • ৰাজ্যসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত থকাৰ সম্ভাৱনা বিৰোধীৰ
  • সংখ্যাৰ দিশৰপৰা ৰাজ্যসভা নিৰ্বাচনত জয় হ’ব নোৱাৰে বিৰোধীৰ প্ৰাৰ্থী
  • বিৰোধীয়ে প্ৰাৰ্থী নিদিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হ’ব পাৰে সোণোৱাল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...