জল পৰিবহণ বিভাগক ‘পি-পু-সি-শু’ নামকৰণ কংগ্ৰেছৰ

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল

  • ‘নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা দুৰ্ভাগ্যজনক’
  • ‘এতিয়াও সন্ধানহীন বহু, মৃত পৰিমিতা দাসৰ দুৰ্ভগীয়া পৰিয়াললৈ সমবেদনা’
  • ‘ইতিমধ্যে কংগ্ৰেছৰ এটি সঁজাতি দল উপস্থিত হৈছে নিমাতীঘাটত’
  • ২০১৮ত উত্তৰ-গুৱাহাটীত ভয়ানক নাও দুৰ্ঘটনা সংঘটিত হৈছিল
  • তেতিয়া হিমন্ত বিশ্ব শৰ্মাক পূৰ্বৰ চৰকাৰৰ চুপাৰ CM বুলি কৈছিল
  • তেওঁৰ সদায় পিছতহে বুদ্ধিৰ উদয় হয়।
  • আজি সংবাদমেলত যিখিনি কথা কৈছে সেয়া ২০১৮ৰ নাও দুৰ্ঘটনাৰ পিছতো সেই একেখিনি কথাকেই কৈছিল
  • ছিংগল ইঞ্জিন নচলে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, পূৰ্বেও কৈছিল
  • তাৰ মানে কি পৰিমিতা দাসৰ বলি দিবলৈকে ৰৈ আছিল নেকি অসম চৰকাৰ
  • মাত্ৰ ৩জন বিষয়াক নিলম্বন কৰা হ’ল, ইনলেণ্ড ৱাটাৰ বিভাগৰ নাম সলনি কৰি পি পু সি শু কৰিব লাগে
  • চন্দ্রমোহন পাটোৱাৰীৰ বিভাগ নিষ্ক্ৰিয়
  • বিজেপি চৰকাৰৰ দিনতেই ২০১৮ চনৰ ছেপ্টেম্বৰত আৰু ২০২১ৰ ছেপ্টেম্বৰত দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...