নামভৰ্তিৰ প্র-পত্রত বৰ্ণবাদ; কি ক’লে শিক্ষামন্ত্ৰীয়ে?

একবিংশ শতিকাত যেন পুনৰ পশ্চাদগামী হৈ পৰিল ৰাজ্যৰ শিক্ষা বিভাগ। নামভৰ্তিৰ প্র-পত্রত বৰ্ণবাদক প্রশ্রয় মহানগৰীৰ একাংশ মহাবিদ্যালয়ৰ। কোচ, কলিতা, ব্রাহ্মণ নে শূদ্র… হিচাপ লাগে হেনো শিক্ষা বিভাগক। ৰাজ্যৰ শৈক্ষিক ইতিহাসত সংঘটিত হ’ল নাভূত–নাশ্রুত কাণ্ড।

ইফালে, শিক্ষানুষ্ঠানত বৰ্ণবাদ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ টুইট। বৰ্ণবাদৰ তথ্য নামভৰ্তিৰ সময়ত প্ৰয়োজন নহয়। এই সম্পৰ্কত চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দেশনা নাই। যদি কোনো শিক্ষানুষ্ঠানে তথ্য বিচাৰিছে, প্ৰত্যাহাৰ কৰক।

অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাহিৰে কোনো জাতি বা বৰ্ণগত তথ্য বিদ্যালয় বা মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত প্ৰয়োজন নহয়। এই সম্পৰ্কত চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ নিৰ্দেশনা দিয়া হোৱা নাই : শিক্ষামন্ত্ৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...