অসমৰ ডিটেনচন চেণ্টাৰবোৰৰ নতুন নামকৰণ

অসমৰ ডিটেনচন চেণ্টাৰবোৰক এতিয়াৰে পৰা “ট্ৰেঞ্জিট কেম্প” বুলি কোৱা হ’ব। ১৭ আগষ্টত অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব নিৰজ বাৰ্মাই স্বাক্ষৰ কৰা এক জাননীত কোৱা হৈছিল যে ১৭.০৬.২০০৯ তাৰিখৰ পূৰ্বৰ জাননীৰ আংশিক সংশোধনত “ডিটেনচন চেণ্টাৰৰ নাম ‘ট্ৰেঞ্জিট কেম্প’লৈ সলনি কৰা হৈছে।”

কেইবা দশকধৰি পূব বংগৰ (পিছৰ পূব পাকিস্তান আৰু বৰ্তমান বাংলাদেশ) পৰা প্ৰব্ৰজনৰ ঢৌ দেখা পোৱা অসমত গোৱালপাৰা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰৰ জিলা কাৰাগাৰৰ ভিতৰত “দোষী সাব্যস্ত বিদেশী” আৰু “বিদেশী ঘোষণা” কৰাৰ বাবে ৬টা ডিটেনচন চেণ্টাৰ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা...

‍‍৫খনকৈ দেশৰ ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইউনাইটেড আৰৱ এমিৰেটছ, নেডাৰলেণ্ড, চুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণলৈ...

আজি প্ৰ’টেম অধ্যক্ষৰূপে শপত লয় চন্দ্ৰমোহন পাটোৱাৰীয়ে

প্ৰ’টেম অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ।বিধানসভাত দায়িত্বভাৰ গ্ৰহণ পাটোৱাৰীৰ।আজি...

মুকলি আকাশৰ তললৈ ছামিম আহমেদ

মুকলি আকাশৰ তললৈ ছামিম আহমেদছামিমৰ গাড়ীয়ে মঠঘৰীয়াত সংঘটিত কৰিছিল...