ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা; কুৰুক্ষেত্ৰত পৰিণত চন্দ্ৰপুৰ!

  • কুৰুক্ষেত্ৰত পৰিণত চন্দ্ৰপুৰ
  • নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী
  • খেদি খেদি চন্দ্ৰপুৰবাসীক প্ৰহাৰ
  • আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ১০ জন
  • ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধীতাৰে কৰিছিল পথ অৱৰোধ

গুৱাহাটী, ১৪ জুলাই, NKTV: অৱশেষত চন্দ্ৰপুৰবাসীৰ ওপৰত জপিয়াই পৰিল অসম আৰক্ষী। ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে পথ অৱৰোধ কৰা শ শ গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰিলে অসম আৰক্ষীয়ে। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হ’ল ১০ জনকৈ লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...