অসম চৰকাৰে ক্ৰয় কৰিব কাগজ কল!

  • অসম চৰকাৰে ক্ৰয় কৰিব কাগজ কল!
  • জাগীৰোড আৰু কাছাৰ কাগজ কল ক্ৰয়ৰ প্ৰস্তাৱ
  • বন্ধ হৈ থকা জাগীৰোড কাগজ কল ক্ৰয়ৰ প্ৰস্তুতি অসম চৰকাৰৰ
  • উদ্যোগ আৰু বাণিজ্য বিভাগৰ পত্ৰ হিন্দুস্থান কাগজ নিগমৰ লিকুইডেটৰলৈ
  • দুমাহৰ অতিৰিক্ত সময় বিচাৰিছে অসম চৰকাৰে
  • কাগজ কল ক্ৰয়ৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এই ব্যৱস্থা
  • দুমাহৰ সময় বিচাৰি ৰাষ্ট্ৰীয় কোম্পানী ল ট্ৰিবুনেলৰ কাষ চাপিব অসম চৰকাৰ
  • আনুষ্ঠানিকভাৱে লিকুইডেটৰ কুলদীপ বাৰ্মাক জনালে উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিবে
  • বাৰ্মালৈ সচিব পবিত্ৰ ৰাম খাউণ্ডৰ পত্ৰ
  • দুয়োটা কাগজ কলে চৰকাৰে ক্ৰয় কৰাৰ পৰিকল্পনা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...