নতুন পৰ্যটন বৰ্ষত পৰ্যটকৰ বাবে মুকলি কাজিৰঙাৰ হাতী ছাফাৰী; হস্তী পূজাৰে কাজিৰঙাত হাতী ছাফাৰীৰ শুভাৰম্ভণি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ ২০২৬-২৭ পৰ্যটন বৰ্ষৰ হাতী চাফাৰী। পৰম্পৰাগত হস্তী পূজাৰে আৰম্ভ কৰা হয় হাতী চাফাৰী। কজিৰঙাৰ DFO অৰুণ ভিগনেশে মুকলি কৰে এই হাতী চাফাৰী। কহঁৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি হাতী চাফাৰী মুকলি। সামান্তৰালকৈ বাগৰি বনাঞ্চলতো আৰম্ভ হয় ব্যক্তিগত হাতী চাফাৰী।
কহঁৰা বনাঞ্চলত ১০ হাতী আৰু বাগৰিত ৩৩ টা হাতীৰে আৰম্ভ চাফাৰী। অষ্ট্ৰেলিয়া, থাইলেণ্ড,বেলজিয়াম, ইংলেণ্ডৰ পৰ্যটক আহিছে কাজিৰঙালৈ। বহু পৰ্যটকে হাতী চাফাৰীৰ আনন্দ লৈ উপভোগ কৰে ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা দৃশ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩৬খন বিলাসী ভিলা, ৫.৫২ কোটি টকাৰ সম্পত্তি! দুৰ্নীতিৰ অভিযোগত ৰাজস্থানৰ IAS-IPS দম্পতীৰ বিৰুদ্ধে ACBৰ তদন্ত

ৰাজস্থানৰ এগৰাকী জ্যেষ্ঠ IAS বিষয়া শিখৰ আগৰৱালৰ বিৰুদ্ধে নিজৰ...