জুলাইত ১৫ দিন বন্ধ হ’ব ভাৰতীয় বেংক সমূহ

গুৱাহাটী, ২৯ জুন, NKTV: ভাৰতৰ বেংকসমূহ জুলাই মাহত ১৫ দিনৰ বাবে বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰকাশ কৰা বন্ধৰ তালিকা অনুসৰি, বিভিন্ন ৰাজ্যৰ বিভিন্ন উৎসৱৰ বাবে ৯ দিনৰ ছুটি থাকিব আৰু ৬ দিন সচৰাচৰ সপ্তাহান্তৰ বন্ধ থাকিব। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ বন্ধৰ কেলেণ্ডাৰ অনুসৰি, কিছুমান বেঙ্ক বন্ধ স্থানীয় বা আঞ্চলিক শাখাত সীমাবদ্ধ থাকিব। ২১ জুলাইত ঈদ-আল-আধা বা বকৰিদৰ বাবে মুখ্য বন্ধ থাকিব য’ত সকলো বেংক বন্ধ থাকিব।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশনাত আৰু কোৱা হৈছে যে সমগ্ৰ দেশৰ ৰাজহুৱা খণ্ড, ব্যক্তিগত খণ্ড, বিদেশী বেংক, সমবায় বেংক আৰু আঞ্চলিক বেংককে ধৰি সকলো বেংক অধিসূচিত বন্ধত (Notified holiday) বন্ধ ৰাখিব লাগিব।

জুলাই মাহৰ বন্ধৰ তালিকা

4 July 2021 – Sunday
10 July 2021 – 2nd Saturday
11 July 2021 – Sunday
12 July 2021 – Monday – Kang (Rajasthan), Rath Yatra (Bhubaneswar, Imphal)
13 July 2021 – Tuesday – Bhanu Jayanti (Martyr’s Day- Jammu & Kashmir, Bhanu Jayanti- Sikkim)
14 July 2021 – Drukpa Tshechi (Gangtok)
16 July 2021- Thursday – Harela Puja (Dehradun)
17 July 2021 – Kharchi Puja (Agartala, Shillong)
18 July 2021 – Sunday
21 July 2021 – Tuesday – Eid al Adha (Across the country)
24 July 2021 – 4th Saturday
25 July 2021 – Sunday
31 July 2021- Saturday – Ker Puja (Agartala)

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...