সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন। ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ আদালতে প্ৰদান কৰে জামিন। জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ। বাক্সাৰ কাৰাগাৰত বন্দী হৈ আছে সন্দীপন গাৰ্গ
অমৃতপ্ৰভা মহন্তৰ পিছত জামিন পালে সন্দীপনে। মঙলবাৰে মুকলি আকাশৰ তললৈ আহিছিল অমৃতপ্ৰভা মহন্ত
