আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙাত আৰম্ভ ২০২৬-২৭ পৰ্যটন বৰ্ষ। আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ন-ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু উদ্যান কৰ্তৃপক্ষ। আটকধুনীয়াকৈ সজাই তোলা হৈছে অতিথিশালা। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুকলি কৰিব উদ্যানৰ দ্বাৰ। উদ্যান মুকলিৰ পূৰ্বে জীপ ছাফাৰী সন্থাৰ কাৰ্যালয় মুকলি কৰিব বনমন্ত্ৰীয়ে। উপস্থিত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ। উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ তাছা। ইতিমধ্যে কাজিৰঙাত ভিৰ বহু দেশী–বিদেশী পৰ্যটকৰ। পূৰ্বতকৈ অধিক পৰ্যটক আগমনৰ আশা উদ্যান কৰ্তৃপক্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইজৰাইল অভিমুখী Flydubai বিমান ভূ-পতিত কৰাৰ পৰিকল্পনা আছিল ওমানি সহ-পাইলটৰ, পূৰ্বেও উৰণৰ পৰা নিষিদ্ধ কৰিছিল ওমানে

ইজৰাইল অভিমুখী Flydubaiৰ এখন যাত্ৰীবাহী বিমানত সহ-পাইলটে ভাৰতীয় কেপ্তেইনক...

জীৱিকাৰ কোনো সৰু-বৰ নাই; উচ্চ শিক্ষিতা নিবেদিতা বৰুৱাৰ ব্যতিক্ৰমী কৰ্মসংস্কৃতি

জীৱিকাৰ বাবে কোনো কামেই সৰু নহয়। কামৰ প্ৰতি সন্মান,...

তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’ব ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ

ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয়...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...