হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে

পুনৰ আহিছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ। ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। মাজ আকাশতে দুখন হেলিকপ্টাৰৰ ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষৰ পিছতে জ্বলি উঠে হেলিকপ্টাৰ দু্খন। এই হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে। সংঘৰ্ষৰ পিছতেই এটা পাৰ্কিঙত ভূ-পতিত হয় হেলিকপ্টাৰ দুখন। তেতিয়াই পাৰ্কিঙত থকা কেইবাখনো বাহনত লাগে জুই। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে ঘোষণা কৰা হৈছে তদন্ত।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...