ভয়ংকৰ বিমান দুৰ্ঘটনাত ১২জনকৈ লোকৰ মৃত্যু

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰিছে বিশ্ব। আমেৰিকাৰ মিচৌৰীত সংঘটিত হৈছে ভয়ংকৰ অঘটন। বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১২জনকৈ লোকে। বিমানখনত আছিল ১১জন স্কাই ডাইভাৰ আৰু এজন পাইলট। বাটলাৰ মেমৰিয়েল বিমান বন্দৰৰ পৰা উৰণ আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতেই দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। ভূ-পতিত হৈ দপদপাই জ্বলি উঠে বিমানখন।

যান্ত্ৰিক বিজুতিৰ বাবেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ কৰা হৈছে যদিও এতিয়াও স্পষ্ট নহয় বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ। ইতিমধ্যে ঘটনাক লৈ বিভাগীয় কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে

পুনৰ আহিছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ। ব্ৰাজিলৰ ৰিঅ’ ডি...

অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ।...

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...