অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ। যান্ত্ৰিক বিজুতিৰ বাবে হঠাৎ বিশ্বজুৰি অচল হৈ পৰিল ফেচবুক। ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰা হ’ল মেচেঞ্জাৰ। বিকল ফেচবুকে সংযোগবিহীন কৰি তুলিলে বিশ্ববাসীক। ক্ষণিকৰ বাবে স্তব্ধ হৈ পৰিল সংযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTM-ত ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উদ্দীপনাৰে উদযাপন

ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-এ শনিবাৰে বিশ্ববিদ্যালয়...

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূকম্পন; ছুনামিৰ সতর্কবার্তা জাৰি

ইণ্ডোনেছিয়াৰ পূব উপকূলীয় অঞ্চলত শনিবাৰে এক তীব্র ভূকম্পন অনুভূত...