ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক আৰু চুইফট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল দুজনৰ। গুৰুতৰভাৱে আহত দুজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

দুৰ্ঘটনাত আহত-নিহত আটাইকেইগৰাকী চুইফট ডিজায়াৰখনৰ যাত্ৰী। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ WB 59 C/8091, আনফালে চুইফট ডিজায়াৰখনৰ নম্বৰ AS 02/AB/1450

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...