গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ পূৰ্বে এশবাৰ ভাবক। দিন-দুপৰতেই মহানগৰীৰ মাজ মজিয়াত গাৰ নোম শিয়ৰি উঠা ঘটনা। আৰক্ষী থকাৰ পিছতো গুৱাহাটীত এতিয়া অপৰাধীৰ দপদপনি। চকলেট দি অপহৰণৰ চেষ্টা এটি শিশুক।

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী। উলুবাৰীত দিনৰ পোহৰতেই এটি শিশুক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ। চকলেট দিয়াৰ চলেৰে বিদ্যালয়ৰ পৰাই অপহৰণৰ চেষ্টা চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক। ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...

CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে

সফলতাৰে অন্ত পৰিল চৰকাৰ-CJPৰ তৃতীয়লানি আলোচনা। CJPৰ সকলো দাবী...