সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ ছাত্ৰক বিদ্যালয়লৈ টিফিনত দি পঠিয়াইছিল গো-মাংস। টিফিনত গো-মাংস লৈ গৈ হিন্দু ছাত্ৰক গো-মাংস খাবলৈ হেঁচা দিছিল ৫ মুছলমান ছাত্ৰই। ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। গোৱালপাৰাৰ হাব্ৰাঘাট উঃ মাঃ বিদ্যালয়ৰ ঘটনাক একেমুখে গৰিহণা দিছিল সকলোৱে।

ইয়াৰ পিছতে সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ মাতৃ নুৰ চাহিদা বেগমক গ্ৰেপ্তাৰ কৰা হৈছে । আনফালে নৱম শ্ৰেণীৰ সেই ছাত্ৰজন আৰু আন ৪ ছাত্ৰকো আটক কৰিছে কৃষ্ণাই আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...

অন্ধত্বক জয় কৰি মানবতাৰ জয়গান

এই ৰঙীন পৃথিৱীখনৰ প্ৰতি প্ৰতিজন মানুহৰ থাকে হাজাৰটা সপোন।...

পাকিস্তানক পুনৰ সকীয়ালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে

কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙে...

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...