পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ স্বাস্থ্য

উন্নত পৰ্যবেক্ষণৰ বাবে অৱশ্যে এতিয়াও অজিত কুমাৰ ভূঞাক ৰখা হৈছে ICUত।
কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰি আছে ভূঞাক।
সোমবাৰে কিছু শাৰীৰিক জটিলতাৰ বাবে ভূঞাক ভৰ্তি কৰোৱা হৈছিল GMCHত।
প্ৰাৰম্ভিক অৱস্থাত তেওঁৰ ব্লাড ছুগাৰ আৰু হাইপাৰ টেনশ্যন বহু বেছি আছিল।
সম্ভৱতঃ পেটৰ এটা সৰু অস্ত্ৰোপচাৰো হ’ব অজিত কুমাৰ ভূঞাৰ।
GMCHৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে কলে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস।কনভয়ত ৫০% বাহন হ্ৰাস...

অৱশেষত আস্থা ভোটত জয়ী হ’ল তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰ

যোৱা ১০ মে’ত ৰাজ্যখনত TVKই চৰকাৰ গঠন কৰাৰ পাছত...

চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰূপে নিযুক্তি

২১ মে’ৰ পৰা আৰম্ভ হ’ব ষষ্ঠদশ বিধানসভাৰ ১মখন অধিৱেশন।প্ৰথমখন...

গুৱাহাটী হাইক’ৰ্টত আজি নহ’ল শ্যামকানু মহন্তৰ জামিনৰ শুনানি

ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই গ্ৰহণ নকৰিলে শ্যামকানুৰ জামিনৰ আবেদন।ন্যায়াধীশগৰাকীৰ বিচাৰপীঠত...