শেষ হ’ব নেকি গোবিন্দাৰ ৩৭ বছৰীয়া সংসাৰ?

গোবিন্দাৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ! শেষ হ’ব নেকি অভিনেতাজনৰ ৩৭ বছৰীয়া সংসাৰ? গোবিন্দাৰ বিৰুদ্ধে বান্দ্ৰা আদালতত গোচৰ ৰুজো।

আচলতে এই সকলোবোৰ কেৱল উৰাবাতৰিহে। শেহতীয়াকৈ এই কথা জনাইছে গোবিন্দাৰ মেনেজাৰে। বিবাহ-বিচ্চেদ নহয় গোবিন্দা আৰু সুনীতাৰ।

অৱশ্যে বিবাহ-বিচ্ছেদৰ বিষয়টোত মৌনতা অৱলম্বন কৰিছে তাৰকা যুটিয়ে। বিষয়টোত কোনো মন্তব্য কৰা গোবিন্দা অথবা সুনীতাই। বিষয়টো সম্পৰ্কে অনুৰাগীক স্পষ্টীকৰণ দিবলৈ মেনেজাৰ শশীক অনুৰোধ সুনীতাৰ। শশীৰ মতে কোনোধৰণৰ সাংসাৰিক অশান্তিত ভোগা নাই গোবিন্দা আৰু সুনীতা। দাম্পত্য জীৱনত সকলো মানুহৰে কিছু অশান্তি থাকেই। গোবিন্দা আৰু সুনীতাৰ ক্ষেত্ৰতো একেই। দুয়োৰে পুৰনি এটা খবৰক লৈয়ে পুনৰ উৰাবাতৰিৰ সৃষ্টি কৰিছে একাংশই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...