পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰথমখন তালিকা প্ৰকাশ BPFৰ

২২টা পৰিষদীয় সমষ্টিত BPFএ ঘোষণা কৰিলে প্ৰাৰ্থী
বাক্সা জিলাত আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা BPFৰ
দেৱৰগাঁও সমষ্টিত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে
ভৈৰৱকুণ্ড সমষ্টিত BPFৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী
কচুগাঁও সমষ্টিত বিধায়ক ৰবিৰাম নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান BPFৰ
প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীক দৰংগাজুলি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান
প্ৰথম তালিকাত নাম অন্তৰ্ভুক্ত BPFৰ আন আন প্ৰাৰ্থীসকল হ’ল
পৰ্বতঝোৰাত মুনমুন ব্ৰহ্ম, গুমা সমষ্টিত আনতাজ আলী, শ্ৰীৰামপুৰত মুক্লেশ্বৰ আহমেদ
চৰাইবিলত মৃত্যুঞ্জয় নাৰ্জাৰী, যমদুৱাৰত উলিয়াম নাৰ্জাৰী, দতমাত প্ৰকাশ বসুমতাৰী
বাওখুংগ্ৰিত ধনেশ্বৰ গয়াৰী, ছালাকাটিত দেৰহাছাত বসুমতাৰী
নিচিমাত জেমছ বসুমতাৰী, কাজলগাঁৱত পানীৰাম ব্ৰহ্ম, চিৰাঙত শুকুৰসিং মুছাহাৰী
চবাইজাৰত ধীৰাজ বৰগয়াৰী, মথনগুৰিত বেগম আখতাৰা আহমেদ
দিহিৰাত আগুছতোষ তিগা, গোৰেশ্বৰত মহেশ্বৰ বসুমতাৰী, শুক্লাইচেৰফাঙত গণেশ কছাৰী
খৈৰাবাৰীত লামশ্ৰাউ দৈমাৰী আৰু ধনশ্ৰীত ফ্ৰেছ মুছাহাৰীক BPFৰ প্ৰাৰ্থিত্ব প্ৰদান

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...