অসামৰিক সেৱাৰ ওপৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ছেমিনাৰ

অহা ২১ জুলাই তাৰিখে গুৱাহাটী মাছখোৱাস্থিত ITA Cultural Complexত অনুষ্ঠিত হ’ব অসামৰিক সেৱাৰ ওপৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মুকলি ছেমিনাৰখন অনুষ্ঠিত হ’বলৈ গৈ আছে। এই অনুষ্ঠানত দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বিজেন্দৰ সিং চৌহান উপস্থিত থাকিব। উল্লেখযোগ্য যে, অসামৰিক সেৱাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অত্যন্ত জনপ্ৰিয় এক নাম হ’ল চৌহান ছাৰ। উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ ইতিমধ্যে এই পঞ্জীয়ন লিংক মুকলি কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই লিংকৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ৰাতিপুৱা ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া এই অনুষ্ঠানৰ আসন সীমিত হোৱা বাবে প্ৰথমতে অহাৰ ভিত্তিত আসন প্ৰদান কৰা হ’ব।

অসামৰিক সেৱাৰ দিশত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণ প্ৰতিষ্ঠান SPM IAS ACADEMYৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোৰ বাবে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। অনুষ্ঠানটোৰ বাবে ইতিমধ্যে চৌহানে তেখেতৰ তৰফৰ পৰা ভিডিঅ’যোগে বাৰ্তা প্ৰেৰণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে https://app.spmiasacademy.com/seminar লিংকৰ জৰিয়তে এই অনুষ্ঠানৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব অথবা 8723811111 নম্বৰত সবিশেষ জানিবলৈ যোগাযোগ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...