লিভ-ইন পাৰ্টনাৰে হত্যা কৰিলে মহিলাক

লিভ-ইন পাৰ্টনাৰে হত্যা কৰিলে মহিলাক। চাঞ্চল্যকৰ হত্যাকাণ্ডই পুনৰ জোকাৰিছে দেশ। মহিলাগৰাকীক হত্যা কৰি বস্তাত ভৰাই থৈ দিয়া হৈছিল জাবৰভৰ্তি ট্ৰাকত। তাৰ পিছতেই উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ। বাংগালুৰুত সংঘটিত হৈছে এই ঘটনা। মহম্মদ ছামছুদ্দিন নামৰ নৰাধমটোৱে হত্যা কৰে মহিলাগৰাকীক। অভিযুক্ত ছামছুদ্দিনৰ ঘৰ অসমত।

সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি ৪০ বছৰীয়া মহিলাগৰাকীৰ স’তে ডেৰ বছৰ ধৰি একেলগে আছিল ছামছুদ্দিন। ছামছুদ্দিনৰ পত্নী আৰু সন্তান থাকে অসমত। দক্ষিণ বাংগালুৰুৰ হুলিমাভু অঞ্চলৰ এটা ভাৰাঘৰত আছিল দুয়ো। বিবাহিত মহিলাগৰাকীৰো আছে দুটা সন্তান। ইতিমধ্যে মৃত্যু হৈছে মহিলাগৰাকীৰ স্বামীৰ। CCTVৰ ফুটেজ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...