তীব্ৰবেগী ডাম্পাৰক নাকী লগাব কোনে? ডাম্পাৰৰ খুন্দাত অকালতে হেৰাই গ’ল এটা সম্ভাৱনা

ডাম্পাৰ ‘বাহন’ নে ‘যমদূত’? এতিয়া যেন আতংকৰ আন এক নাম হৈ পৰিছে ডাম্পাৰ। ডাম্পাৰৰ খুন্দাত পুনৰ অকালতে হেৰাই গ’ল এটা সম্ভাৱনা।

পলাশবাৰীৰ ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটী আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ছাত্ৰ, আনফালে আহত হয় আন এজন ছাত্ৰ। নিহত স্কুটী আৰোহী ছাত্ৰজনৰ নাম অনুজ বৰ্মন। গিৰিজানন্দ চৌধুৰী বিশ্ববিঃৰ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ আছিল অনুজ। নিহত ছাত্ৰজনৰ ঘৰ নুনমাটি শালবাৰীৰ শ্বহীদ নগৰত। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আনজন ছাত্ৰক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...